Commons:Wiki Loves Monuments 2023 in India/as

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
This page is a translated version of a page Commons:Wiki Loves Monuments 2023 in India and the translation is 100% complete. Changes to the translation template, respectively the source language can be submitted through Commons:Wiki Loves Monuments 2023 in India and have to be approved by a translation administrator.


Shortcut: COM:WLMIN2023

1 – 30 September 2023
Wiki Loves Monuments 2023 in India


Join Wikimedia Commons
Don't have a Wikimedia Commons account yet?
Create one!


Find monuments
Navigate through our maps to search monuments.


Take photos
Click photos or search which you've previously taken.


Upload to Commons
Upload your pictures throughout September
under a free license.


Describe them
Give proper self-explanatory title and description
identifying the monument.


বিশ্বৰ বৃহত্তম আলোকচিত্ৰ প্ৰতিযোগিতাত যোগদান কৰক।

টোকা

আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ ই মেইল সক্ৰিয় কৰক

আলোকচিত্ৰ গ্ৰহণ কৰোঁতে আইন মানি চলক।

বিচাৰকৰ সিদ্ধান্তক চূড়ান্ত আৰু সলনি কৰিব নোৱাৰি বুলি ধৰি লওক।

কিয় অংশগ্ৰহণ কৰিব?

ঐতিহ্যক ডিজিটেল উপায়েৰে সংৰক্ষণ কৰাত ৱিকিপিডিয়াক সহায় কৰক।

আপোনাৰ আলোকচিত্ৰ গ্ৰহণৰ কৌশল উন্নত কৰক।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰক।

পুৰস্কাৰসমূহ

প্ৰথম: ১৫,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...
দ্বিতীয়: ১১,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...
তৃতীয়: ৮,০০০ ভাৰতীয় টকা মূল্যৰ গিফ্ট ভাউচাৰ...

...অন্য বিজয়ীসকলৰ বাবে আৰু বহুতো...

শীৰ্ষৰ দহখন আলোকচিত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা হ'ব।

প্ৰতিযোগিতাৰ নিয়মসমূহ

নিজে তোলা আৰু নিজে আপলোড কৰা

অতি কমেও ৬ মেগাপিক্সেল ৰিজ'লিউচন

১-ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ২০২৩-ৰ ভিতৰত আপলোড কৰা

কীৰ্তিচিহ্নটো চিনিব পৰাকৈ উপযুক্ত শিৰোনাম আৰু বৰ্ণনা

আলোকচিত্ৰখন পুনৰ ব্যৱহাৰ কৰিবলৈ মুক্ত অনুজ্ঞাপত্ৰ

কোনো ৱাটাৰমাৰ্ক নথকা

বিবেচনাৰ চৰ্তসমূহ

বিষয়বস্তুৰ বিষয়ে গৱেষণা কৰোঁতে আৰু আলোকচিত্ৰ গ্ৰহণ কৰোঁতে কৰা যত্ন

যিকোনো ভাষাতে প্ৰদান কৰা বৰ্ণনাৰ মান

যিকোনো ৱিকিমিডিয়া প্ৰকল্পত ব্যৱহাৰ কৰিব পৰাৰ দিশৰ পৰা ইয়াৰ মূল্য

অনন্যতাৰ দিশৰ পৰা মূল্য

কাৰিকৰী মান (শ্বাৰ্পনেছ, পোহৰৰ ব্যৱহাৰ, দৃষ্টিকোণ, কম্পোজিছন, আদি)

নাকচ কৰাৰ ভিত্তিসমূহ

সন্দেহযুক্ত কপিৰাইট ভংগ

সম্পূৰ্ণ EXIF তথ্যৰ অভাৱ

অত্যাধিক প্ৰচেছিং আৰু অবাস্তৱ ফিল্টাৰৰ ব্যৱহাৰ

কীৰ্তিচিহ্নটো চিনাক্ত কৰিব পৰাকৈ উপযুক্ত শিৰোনামৰ অভাৱ

অস্পষ্ট বা অবিশ্বস্ত নথিকৰণ

ৱাটাৰমাৰ্কৰ উপস্থিতি

৬ মেগাপিক্সেলৰ তলৰ ৰিজ'লিউচন